Skip to main content

Posts

Showing posts from May, 2020

Dehing Patkai Rainforest ক ৰক্ষা কৰক | Save Dehing Patkai | Save Amazon of East

Dehing Patkai Rainforest ক ৰক্ষা কৰক | Save Dehing Patkai | Save Amazon of East Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. দিহিং  পাটকাই   অভয়াৰণ্য  Dihing Patkai Wildlife Sanctuary • অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য৷   • এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক 'পূবৰ আমাজান' ( The Amazon of the east ) বুলিও আখ্যা দিয়া হয়।   • এই অঞ্চলটোৰ চহকী জৈৱবৈচিত্ৰ্যৰ উপৰিও ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থলসমূহ, ষ্টিলৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলশোধনাগাৰ আদিৰ অৱস্থিতিও গুৰুত্বপূৰ্ণ। • ২০০৪ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় দিহিং-পাটকাইক। • এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰজুৰি বিস্তৃত হৈ আছে৷ • এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে - বাকী অংশ ডিব্ৰু-দেওমালি হস্...

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Language Skills  ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ ’ লে শ্ৰবণ , কথন , পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। When we learn a language, there are four skills that we need for complete communication. When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. These are called the four "language skills":                     1. Listening          2. Speaking          3. Reading  ...

Language Difficulties (শিকন অক্ষমতা) | Errors And Disorders

Language Difficulties ( শিকন অক্ষমতা )  |  Errors And Disorders Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. অক্ষমতা   ( Disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক , সংজ্ঞানাত্মক , মানসিক , সংবেদনাত্মক , বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। অক্ষমতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে। কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয়   মানদণ্ডৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়। শিকন অক্ষমতা সন্তান জন্মৰ ক্ষেত্রত হোৱা বিসংগতি , পৰিৱেশগত কাৰণ , শব্দ প্রদূষণ , জল প্রদূষণ আৰু বায়ু প্রদূষণ , ঔদ্যোগিক বাতাৱৰণ , ঔষধৰ অপব্যৱহাৰ , খাদ্যৰ বহুল ব্যৱহাৰ , কিছুমান বংশগত কাৰণ , পুষ্টিহীনতা , নিম্নমানৰ শিক্ষা আদি সামাজিক , শাৰীৰিক , আৱেগিক কাৰণত এটা শিশুৰ অথবা এজন ব্যক্তিৰ শিকন বাধাগ্রস্ত হ ’ ব পাৰে৷ শিকন বাধাগ্রস্ততাৰ প্রকাৰ - পঠনৰ অক্ষমতা ( Dyslexia) লিখনৰ অক্ষমতা ( Dysgraphia) গাণিতিক শিকনৰ অক্ষমতা ( Dyscalculia) শ্রৱণৰ বিশৃংখলতা ( Disorder of listening) কথা কোৱাৰ বিশৃংখল...

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. 1. ব্যাকৰণ , অনুবাদ পদ্ধতি ( Grammar translation method ) শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি ( Direct method ) ব্যাকৰণ , অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতি টো হ ’ ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি । শুনা আৰু কোৱা এইবোৰ হ ’ ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি। এই পদ্ধতি ত শুনা বা কোৱা কৌশল ৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি , কৈ বুজাৰ ওপৰতো  গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে । এই পদ্ধতিত , Dialogue শ্ৰৱণৰ দ্বা...

ভাষাৰ ক্ষেত্ৰত শ্ৰবণ, কথন, পঠন আৰু লিখনৰ ভূমিকা, ভাষাৰ কাৰ্য্য আৰু শিশুৱে ইয়াক কিদৰে উপকৰণ হিচাবে ব্যৱহাৰ কৰে

ভাষাৰ ক্ষেত্ৰত  শ্ৰবণ ,  কথন ,  পঠন আৰু লিখন ৰ  ভূমিকা , ভাষাৰ  কাৰ্য্য আৰু শিশুৱে ইয়াক কিদৰে উপকৰণ  হিচাবে ব্যৱহাৰ কৰে। Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. Role of Listening, Speaking, Reading and Writing. Functions of language and how children use it as a tool. ভাষা এটা ভালদৰে শিকিবলৈ হ ’ লে শ্ৰবণ , কথন , পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। ক) শ্ৰৱণ: ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কথা শুনিলেহে বোধৰ জন্ম হয় আৰু শ্ৰৱণ শক্তি বাঢ়ে।  সেয়ে শুনাৰ সময়ত শিক্ষক বা অভিভাবকে ভূল-ক্ৰুটি ৰাখিব নালাগে ,  শব্দৰ সঠিক উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শব্দবোৰৰ কোনখিনিত জোৰ দিব লাগে বা নালাগ...

CTET Language 1 Assamese | Principles of Language Teaching ভাষা শিক্ষণৰ নীতি | অসমীয়া ভাষা

Aim and Importance of Language Teaching, ভাষা শিক্ষণৰ লক্ষ্য আৰু গুৰুত্ব |  Principles of Language Teaching, ভাষা শিক্ষণৰ নীতি Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. Aim of Language Teaching ( ভাষা   শিক্ষণৰ লক্ষ্য ) Ability to understand the speaker's language বক্তাৰ ভাষা বুজিবলৈ Ability to read & understand the language ভাষা পঢ়িবলৈ আৰু বু জিবলৈ Development of skills দক্ষতা ৰ বিকাশ Understanding the scientific aspect of language ভাষা ৰ বৈজ্ঞানিক দিশ  বু জিবলৈ  Role of Language Teaching ( ভাষা শিক্ষণৰ গুৰুত্ব) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে। মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড়ভাৱে জড়িত। শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা , কৌশল , জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানু...

ভাষা আহৰণ আৰু শিকন | Language Acquisition and Learning | Assamese Language & Pedagogy for Paper 1 & 2 CTET- Special

ভাষা আহৰণ আৰু শিকন | Language Acquisition and Learning | CTET Assamese Language 1 |  Assamese Language & Pedagogy for Paper 1 & 2 CTET- Special Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. Language Acquisition and Learning ভাষা আহৰণ আৰু শিকন What is Language? ভাষা কি ? সাধাৰণতে মানুহৰ কথিত আৰু লিখিত শব্দকেই ভাষা বুলি কোৱা হয় যদিও বহল অৰ্থত ক ’ বলৈ গ ’ লে ভাষা হৈছে ভাব-অনুভূতিৰ এক প্ৰকাশ মাধ্যম। মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। ভাষা আহৰণ (Language acquisition) শিশু এ জনে ভাষা এ টা  প্রাকৃতিকভাৱে কৈ যোৱা সময়ত ভাষা টোৰ ওপৰত যি অৰ্হতা সংগ্ৰহ কৰি গৈ থাকে তাকে ভাষা আহৰণ বোলা হয়। Language Acquisition বা ভাষা আহৰণ এটা ক ’ ব নোৱাৰাকৈ অবিৰতভাৱে অৱচেতন (Subconscious) ভাৱে চলি থকা প্রক্ৰিয়া য ’ ত শিকাৰুৱে ক ’ ব নোৱাৰাকৈ ভাষাটো আয়ত্ত কৰে আৰু কথোপকথনৰ সময়ত তাক ব্যৱহাৰ কৰে। আমি আহৰণ কৰা ভাষা টোৰ নিয়ম-নীতিখিনিও ক ’ ব নোৱাৰাকৈয়ে সংগ্ৰহ কৰি যাও। সে...