Skip to main content

CTET Language 1 Assamese | Principles of Language Teaching ভাষা শিক্ষণৰ নীতি | অসমীয়া ভাষা

Aim and Importance of Language Teaching, ভাষা শিক্ষণৰ লক্ষ্য আৰু গুৰুত্ব | Principles of Language Teaching, ভাষা শিক্ষণৰ নীতি
Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. ..
Aim of Language Teaching (ভাষা শিক্ষণৰ লক্ষ্য)
  • Ability to understand the speaker's language
  • বক্তাৰ ভাষা বুজিবলৈ
  • Ability to read & understand the language
  • ভাষা পঢ়িবলৈ আৰু বুজিবলৈ
  • Development of skills
  • দক্ষতা বিকাশ
  • Understanding the scientific aspect of language
  • ভাষা বৈজ্ঞানিক দিশ বুজিবলৈ 
Role of Language Teaching (ভাষা শিক্ষণৰ গুৰুত্ব)
  • মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে।
  • মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড়ভাৱে জড়িত।
  • শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা, কৌশল, জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানুৰূপভাৱে সম্ভৱ।
  • শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাতে এটা নতুন ভাষাৰ মাধ্যমেৰে শিক্ষা দিলে শিশুৰ শিকাৰ আগ্ৰহ হ্ৰাস পোৱাৰ লগতে বিদ্যালয়লৈ যোৱাৰ আগ্ৰহো কমি আহে। কেৱল নিজ মাতৃভাষাতহে শিশুৱে নিজক প্ৰকাশ কৰিবলৈ সৰ্বোত্তম সুবিধা পায়।
Principles of Language Teaching (ভাষা শিক্ষণৰ নীতি)
  • Principle Of Exercise (Practice And Drill) অনুশীলননীতি
  • According to BF Skinner, Practice and drilling plays an important part in language teaching.
  • Any Learning if it is continuously repeated gets imprinted in the child's mind.
  • যিকোন শিক্ষা ক্ষেত্ৰত যদি নিয়মিত পুনৰাবৃত্তি হয় তেন্তে শিশুটিৰ মনপা হৈ যায়।
  • Principle Of child-centred Learning. (শিক্ষার্থী কেন্দ্রিক শিক্ষা)
  • Teaching should be made to have a student-centred class as for as possible.
  • শিশুশিক্ষার্থী কেন্দ্রিক পাঠদান কৰা উচিত
  • Principles of exposure to the language. (ভাষা প্রকাশৰ নীতি)
  • Learners should be provided which language familiar environment so that they could get maximum opportunities to listen and speak.
  • শিক্ষার্থীৰ কোন ভাষা পৰিচিত পৰিৱেশ প্ৰদান কৰা উচিত যাতে ভাষাটো শুনিবলৈ আৰু কবলৈ সর্বাধিক সুযোগ পায়।
  • Principle Of Motivation And Interest (প্রেণা আৰু আগ্রহৰ নীতি)
  • Motivation is an important factor in language learning particular early in learning second language English resources and textbooks should be selected according to the interest of students. 
  • অনুপ্রেৰণা ভাষা শিকাৰ এটি গুৰুত্বপূর্ণ উপাদান । বিশেষকৈ দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত পাঠ্যপুঠি শিক্ষার্থীৰ আগ্রহ অনুসৰি প্ৰস্তুত কৰা উচিত ।
  • Correlation With Life (জীৰ লগত সম্পর্ক)
  • The subject should correlate with life.
  • The course material and audio-visual age should be correlated to child life.
  • বিষয়টো জীৰ লগত সম্পর্ক হোৱা উচিত।
  • Principle Of Habit Formation (অভ্যাস গঠনৰ নীতি)
  • In language learning habits of speech listening reading writing correct pronunciation should be formed.
  • ভাষা শিকাৰ ক্ষেত্ৰত সঠিক আৰু শুদ্ধ উচ্চাৰণৰ আভ্যাস গঠনত গুৰুত্ব দিয়া দৰকাৰ।
  • Principle Of Individual Differences (ব্যক্তিগত বিভিন্নতাৰ নীতি।)
  • Every child is unique and different from others in the learning process we have to keep in mind that learners have different abilities and personalities and belong to different backgrounds.
  • শিক্ষার্থীভিন্ন দক্ষতা, ব্যক্তিত্ব আৰু বিভিন্ন পটভূমি অন্তর্গত, সেয়ে প্রতিটো শিশু শিক্ষা প্রক্রিয়াটো পৃথক পৃথক হোৱা উচিত।
Suggested video:-

Comments

Popular posts from this blog

Language Skills | ভাষা শিকনৰ কৌশলসমূহ পঠন (Reading)

Language Skills ভাষা শিকনৰ কৌশলসমূহ  পঠন (Reading) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। • When we learn a language, there are four skills that we need for complete communication. • When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. • These are called the four "language skills": 1. Listening   2. Speaking   3. Reading   4. Writing ভাষা শিকনৰ কৌশল - পঠন (Reading) • ভাষা কৌশলসমূহৰ ভিতৰত পঠন হ'ল এক জটিল প্ৰক্ৰিয়া। • পঠনত চকু, কাণ আৰু মুখ বা জিভা এই তিনিটা জ্ঞানেন্দ্ৰিয়ৰ গুৰুত্ব স...

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Language Skills  ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ ’ লে শ্ৰবণ , কথন , পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। When we learn a language, there are four skills that we need for complete communication. When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. These are called the four "language skills":                     1. Listening          2. Speaking          3. Reading  ...

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. 1. ব্যাকৰণ , অনুবাদ পদ্ধতি ( Grammar translation method ) শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি ( Direct method ) ব্যাকৰণ , অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতি টো হ ’ ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি । শুনা আৰু কোৱা এইবোৰ হ ’ ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি। এই পদ্ধতি ত শুনা বা কোৱা কৌশল ৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি , কৈ বুজাৰ ওপৰতো  গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে । এই পদ্ধতিত , Dialogue শ্ৰৱণৰ দ্বা...