Aim and Importance of Language Teaching, ভাষা শিক্ষণৰ লক্ষ্য আৰু গুৰুত্ব | Principles of Language Teaching, ভাষা শিক্ষণৰ নীতি Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. Aim of Language Teaching ( ভাষা শিক্ষণৰ লক্ষ্য ) Ability to understand the speaker's language বক্তাৰ ভাষা বুজিবলৈ Ability to read & understand the language ভাষা পঢ়িবলৈ আৰু বু জিবলৈ Development of skills দক্ষতা ৰ বিকাশ Understanding the scientific aspect of language ভাষা ৰ বৈজ্ঞানিক দিশ বু জিবলৈ Role of Language Teaching ( ভাষা শিক্ষণৰ গুৰুত্ব) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে। মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড়ভাৱে জড়িত। শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা , কৌশল , জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানু...
Assam Competitive Exam is a Website/Youtube Channel which helps you to prepare for all Competitive Exams. (APSC, TET, Assam Police, APDCL, Irrigation, Bed Entrance and all other Assam Govt Jobs.)
Comments