Skip to main content

ভাষা আহৰণ আৰু শিকন | Language Acquisition and Learning | Assamese Language & Pedagogy for Paper 1 & 2 CTET- Special

ভাষা আহৰণ আৰু শিকন | Language Acquisition and Learning | CTET Assamese Language 1 | Assamese Language & Pedagogy for Paper 1 & 2 CTET- Special
Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. ..

Language Acquisition and Learning ভাষা আহৰণ আৰু শিকন
What is Language? ভাষা কি?
  • সাধাৰণতে মানুহৰ কথিত আৰু লিখিত শব্দকেই ভাষা বুলি কোৱা হয় যদিও বহল অৰ্থত কবলৈ গলে ভাষা হৈছে ভাব-অনুভূতিৰ এক প্ৰকাশ মাধ্যম।
  • মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি।
ভাষা আহৰণ (Language acquisition)
  • শিশুজনে ভাষাটা প্রাকৃতিকভাৱে কৈ যোৱা সময়ত ভাষাটোৰ ওপৰত যি অৰ্হতা সংগ্ৰহ কৰি গৈ থাকে তাকে ভাষা আহৰণ বোলা হয়।
  • Language Acquisition বা ভাষা আহৰণ এটা কব নোৱাৰাকৈ অবিৰতভাৱে অৱচেতন (Subconscious) ভাৱে চলি থকা প্রক্ৰিয়া যত শিকাৰুৱে ক নোৱাৰাকৈ ভাষাটো আয়ত্ত কৰে আৰু কথোপকথনৰ সময়ত তাক ব্যৱহাৰ কৰে।
  • আমি আহৰণ কৰা ভাষাটোৰ নিয়ম-নীতিখিনিও কব নোৱাৰাকৈয়ে সংগ্ৰহ কৰি যাও।
  • সেয়েহে আহৰণ বুলিলে- আওপকীয়াকৈ শিকা, অনানুষ্ঠানিকভাৱে শিকা আৰু প্রাকৃতিক ভাবে শিকা বুলিও কব পাৰি।
  • উদাহৰণ - প্ৰথম ভাষা/মাতৃভাষা
ভাষা শিকন (Language Learning)
  • শিশুজনে শ্ৰেণীকোঠাত শিকোৱা ভাষাৰ ক্ষেত্ৰত নিয়মাৱলী বা শুদ্ধ শব্দ ভাণ্ডাৰ আদিৰ সহায়ত ভষা এটাৰ ওপৰত যি অৰ্হতা সংগ্ৰহ কৰে তাকে ভাষা শিকন বোলা হয়।
  • Language Learning বা ভাষা শিকন বুলি কোৱাৰ লগে লগে ভাষাৰ নিয়মাৱলী, সজাগতা আদি সজ্ঞানে গ্ৰহণ কৰা অৰ্হঁতাসমূহ সামৰি লয়।
  • সাধাৰণ অৰ্থত শিকন মানে ভাষাটো জনা বা জ্ঞান লাভ কৰা।
  • ভাষা শিকনক আনুস্থানিক ভাৱে শিকা ভাষা বুলিও কব পাৰি।
ভাষা-বিকাশ প্ৰভাৱিত কৰা দিশসমূহঃ
(1)    সংবেদন-সঞ্চালন ক্ৰিয়া
(2)    অনুকৰণ আৰু অনুশীলন
(3)    মুখ-গহ্বৰৰ অৱস্থা
(4)    পৰ্যায়ক্ৰমে মানসিক অভিজ্ঞতা
(5)    ভাষিক পৰিৱেশ
(6)    ভাষা আয়ত্বকৰণ
(7)    চিন্তন ক্ৰিয়া
(8)    আৱেগৰ প্ৰভাৱঃ

Suggested video:-


Comments

Popular posts from this blog

Language Skills | ভাষা শিকনৰ কৌশলসমূহ পঠন (Reading)

Language Skills ভাষা শিকনৰ কৌশলসমূহ  পঠন (Reading) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। • When we learn a language, there are four skills that we need for complete communication. • When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. • These are called the four "language skills": 1. Listening   2. Speaking   3. Reading   4. Writing ভাষা শিকনৰ কৌশল - পঠন (Reading) • ভাষা কৌশলসমূহৰ ভিতৰত পঠন হ'ল এক জটিল প্ৰক্ৰিয়া। • পঠনত চকু, কাণ আৰু মুখ বা জিভা এই তিনিটা জ্ঞানেন্দ্ৰিয়ৰ গুৰুত্ব সমান। • ক

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Language Skills  ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ ’ লে শ্ৰবণ , কথন , পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। When we learn a language, there are four skills that we need for complete communication. When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. These are called the four "language skills":                     1. Listening          2. Speaking          3. Reading            4. Writing ভাষা শিকনৰ কৌশল - শ্ৰৱণ (Listening) ভাষা শিক্ষাৰ প্ৰথম কৌশল শ্ৰৱণ। সাধাৰণ অৰ্থত কানেৰে শুনা কাৰ্যকে শ্ৰ

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. 1. ব্যাকৰণ , অনুবাদ পদ্ধতি ( Grammar translation method ) শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি ( Direct method ) ব্যাকৰণ , অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতি টো হ ’ ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি । শুনা আৰু কোৱা এইবোৰ হ ’ ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি। এই পদ্ধতি ত শুনা বা কোৱা কৌশল ৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি , কৈ বুজাৰ ওপৰতো  গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে । এই পদ্ধতিত , Dialogue শ্ৰৱণৰ দ্বাৰা ভাষা