Language Difficulties ( শিকন অক্ষমতা ) | Errors And Disorders Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. অক্ষমতা ( Disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক , সংজ্ঞানাত্মক , মানসিক , সংবেদনাত্মক , বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। অক্ষমতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে। কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয় মানদণ্ডৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়। শিকন অক্ষমতা সন্তান জন্মৰ ক্ষেত্রত হোৱা বিসংগতি , পৰিৱেশগত কাৰণ , শব্দ প্রদূষণ , জল প্রদূষণ আৰু বায়ু প্রদূষণ , ঔদ্যোগিক বাতাৱৰণ , ঔষধৰ অপব্যৱহাৰ , খাদ্যৰ বহুল ব্যৱহাৰ , কিছুমান বংশগত কাৰণ , পুষ্টিহীনতা , নিম্নমানৰ শিক্ষা আদি সামাজিক , শাৰীৰিক , আৱেগিক কাৰণত এটা শিশুৰ অথবা এজন ব্যক্তিৰ শিকন বাধাগ্রস্ত হ ’ ব পাৰে৷ শিকন বাধাগ্রস্ততাৰ প্রকাৰ - পঠনৰ অক্ষমতা ( Dyslexia) লিখনৰ অক্ষমতা ( Dysgraphia) গাণিতিক শিকনৰ অক্ষমতা ( Dyscalculia) শ্রৱণৰ বিশৃংখলতা ( Disorder of listening) কথা কোৱাৰ বিশৃংখল...
Assam Competitive Exam is a Website/Youtube Channel which helps you to prepare for all Competitive Exams. (APSC, TET, Assam Police, APDCL, Irrigation, Bed Entrance and all other Assam Govt Jobs.)