Skip to main content

Language Skills ভাষা শিকনৰ কৌশলসমূহ কথন (Listening)

Language Skills ভাষা শিকনৰ কৌশলসমূহ কথন (Listening)
Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. ..

ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে।
• When we learn a language, there are four skills that we need for complete communication.
• When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write.
• These are called the four "language skills":
1. Listening  2. Speaking  3. Reading   4. Writing
ভাষা শিকনৰ কৌশল - কথন (Listening)
ভাষা শিক্ষাৰ দ্বিতীয় কৌশল হ'ল কথন। কথন মানে হৈছে কোৱা। ই ভাৱ প্ৰকাশৰ সহজ উপায়।
কিন্তু কথনে কেৱল ধ্বনিসমূহৰ উচ্চাৰণ কৰা শব্দ বা বাক্যকে কোৱা নুবুজায়।
যেতিয়া কথা কওঁ তেতিয়া আমি একে সময়তে বিভিন্ন প্ৰক্ৰয়াৰ জড়িত হৈ পৰো। কথা এটা কোৱাৰ আগত মনৰ মাজত আঁচনি কৰি লওঁ যে কি কোৱা উচিত, যাতে শুনোতাই আমি কি কৈছো বুজি পায়।
ভাষা শিক্ষাত কথন কৌশলৰ প্ৰয়োজনীয় দিশ-
ভাষা শিক্ষাৰ ক্ষেত্ৰত কথনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
  • শিশুৱে প্ৰথম মাতৃভাষাতেই কথা কবলৈ আৰম্ভ কৰে আৰু ইয়াক ই মাকৰ পৰাই শিকি লয়। তাৰ পিছত অন্যক অনুকৰণ কৰি কথা কবলৈ আৰম্ভ কৰে।
  • এইখিনি সময়ত মাকে যত্ন লোৱা উচিত যাতে শিশুটোৱে ঠিকমতে কথাখিনি উচ্চাৰণ কৰিব পাৰিছে। সেইখিনি সময়ত ব্যাকৰণৰ প্ৰয়োজন নাথাকে।
  • দুই-এটা ভুলকৈ হলেও তাক স্পষ্টভাৱে কথা কব দিব লাগে আৰু ইয়াৰ যোগেদিয়ে তাৰ বাকশক্তি বাঢ়ে।
  • ৰা-ছোৱালীয়ে যিমানে কথা কয় সিমানেই তাৰ ভাষা কোৱাৰ দক্ষতা বাঢ়ে। বিদ্যালয়লৈ নোযোৱাকৈও কথিত ভাষাতেই মাতৃভাষাক আয়ত্ত কৰা সম্ভৱ। সেয়ে কথিত ভাষাৰ অনুশীলন কেতিয়াও বন্ধ কৰিব নালাগে।
কথন দক্ষতা কেনেদৰে বঢ়াব পাৰি-
  • শিক্ষকসকলে কিছুমান প্ৰশ্নৰ উপ্থাপন কৰি শিক্ষাৰ্ধীসকলক কোনো এক বিশেষ ভাষা স্পষ্টকৈ ক'ব পৰাকৈ গঢ়ি তুলিব পাৰে।
  • শিক্ষকসকলে শিক্ষাৰ্ধীসকলক বিভিন্ন কাৰ্যৰ লগত জড়িত কৰি পৰীক্ষা কৰিব পাৰে।
  • শিক্ষাৰ্ধীসকলৰ সহায় হোৱাকৈ বিভিন্ন খেলভিত্তিক পদ্ধতি গ্ৰহণ কৰিব পাৰে।
  • কঠিন শব্দসমূহৰ শুদ্ধ উচ্চাৰণৰ অনুশীলন কৰাব লাগে।
Suggested video:-

Comments

Popular posts from this blog

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Language Skills  ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ ’ লে শ্ৰবণ , কথন , পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। When we learn a language, there are four skills that we need for complete communication. When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. These are called the four "language skills":                     1. Listening          2. Speaking          3. Reading  ...

CTET Language 1 Assamese | Principles of Language Teaching ভাষা শিক্ষণৰ নীতি | অসমীয়া ভাষা

Aim and Importance of Language Teaching, ভাষা শিক্ষণৰ লক্ষ্য আৰু গুৰুত্ব |  Principles of Language Teaching, ভাষা শিক্ষণৰ নীতি Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. Aim of Language Teaching ( ভাষা   শিক্ষণৰ লক্ষ্য ) Ability to understand the speaker's language বক্তাৰ ভাষা বুজিবলৈ Ability to read & understand the language ভাষা পঢ়িবলৈ আৰু বু জিবলৈ Development of skills দক্ষতা ৰ বিকাশ Understanding the scientific aspect of language ভাষা ৰ বৈজ্ঞানিক দিশ  বু জিবলৈ  Role of Language Teaching ( ভাষা শিক্ষণৰ গুৰুত্ব) মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে। মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড়ভাৱে জড়িত। শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা , কৌশল , জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানু...

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. 1. ব্যাকৰণ , অনুবাদ পদ্ধতি ( Grammar translation method ) শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি ( Direct method ) ব্যাকৰণ , অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতি টো হ ’ ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি । শুনা আৰু কোৱা এইবোৰ হ ’ ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি। এই পদ্ধতি ত শুনা বা কোৱা কৌশল ৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি , কৈ বুজাৰ ওপৰতো  গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে । এই পদ্ধতিত , Dialogue শ্ৰৱণৰ দ্বা...