Skip to main content

CTET Language 1 Assamese | অসমীয়া ভাষা | Assamese Language & Pedagogy for Paper 1 & 2 CTET- Special

CTET  Assamese Language 1 & Assamese Language 2:
Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. ..
    ভাষা : অসমীয়া
  • অসমৰ মুখ্য কথিত ভাষা অসমীয়া।
  • অসমীয়া ভাষা আৰ্য গোষ্ঠীয় ভাষা।
  • ভাৰতৰ সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি অসমীয়া ভাষাই সাংবিধানিক ভাষা ৰূপে স্বীকৃতি পায়।
ভাষিক ভিন্নতা
  • ভাৰতত ১৬০০ তকৈও অধিক ভাষা আছে আৰু এই ভাষাবোৰ বিভিন্ন ভাষাগোটৰ অন্তৰ্ভুক্ত।
  • ভাষাৰ বিভিন্নতাৰ কাৰণেই ভাৰতক বহুভাষিক (multilingual) দেশ বুলি গণ্য কৰা হয়।
  • আমাৰ সংবিধানে অষ্টম খণ্ডত ২২টা ভাষাক মান্যভাষা হিচাবে গ্ৰহণ কৰিছে।
  • ভাৰত বহুভাষিকদেশ  হোৱা বাবে আমাৰ সংবিধানে কোনো এটা ভাষাকে মুখ্য বুলি বিবেচনা নকৰিলে। বৰঞ্চ ৩৪৩ নং দফা অনুসৰি হিন্দী ভাষাটোক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়ে আৰু ইংৰাজীক অফিচৰ দ্বিতীয় ভাষা (assistant language) হিচাবে গণ্য কৰে।
ভাৰতৰ ভাষাৰ গোটসমূহ
মান্যতাপ্রাপ্ত
  • সংবিধানৰ ৮নং দফাত উল্লেখিত ভাষাকেইটাকে মান্যতাপ্রাপ্ত ভাষা হিচাবে ধৰা হয়।
  • বৰ্তমান ২২ ভাষাক মান্য ভাষা হিচাবে স্বীকৃতি দিছে।
  • যেতিয়াই কোনো এটা ভাষা সংবিধানৰ অন্তৰ্ভুক্তি হয় তাক মান্যভাষা হিচাবে গণ্য কৰা হয়।
মাতৃভাষা আৰু স্থানীয় ভাষা
  • ‘মাতৃভাষাবুলিলে সাধাৰণতে ঘৰত কোৱা ভাষাটোকে বুজায়।
  • এটা পৰিয়ালৰ দুজন মানুহৰ মাতৃভাষা বেলেগো হব পাৰে -
  • উদাহৰণ স্বৰূপে যেতিয়া পতি আৰু পত্নী দুটা বিভিন্ন অঞ্চলৰ পৰা আহি বিবাহ পাশত আবদ্ধ হয় তেতিয়া লৰা-ছোৱালীবোৰৰো এটাতকৈ বেছি মাতৃভাষা হব পাৰে।
পৌৰাণিক ভাষা
  • যিটো ভাষাৰ এতিহাসিক কাহিনী আছে বা যাৰ ব্যাকৰণ গৱেষণাৰ বিষয়বস্তু আৰু বিভিন্ন ভাষাত ব্যৱহৃত হয় তাকে পৌৰাণিক ভাষা বোলে।
Monolingual (একভাষীক)
        The ability to speak only one language proficiently
Bilingual (দ্বিভাষিক)-
        The ability to speak two languages proficiently. 
Multilingual (বহুভাষিক)
        The ability to speak many languages proficiently.

The Secondary Education commission ভাৰতীয় স্কুলত দশম শ্ৰেণীলৈকে তিনিস্তৰীয় ভাষা শিক্ষাৰওপৰত গুৰুত্ব আৰোপ কৰে। এই তিনিস্তৰীয় ভাষা শিক্ষাটো হল-
First Language- প্রথম ভাষা: স্কুলত শিকোৱা প্ৰথম ভাষা হ মাতৃভাষা বা স্থানীয় ভাষা
Second Language- দ্বিতীয় ভাষা: হিন্দী ভাষা কোৱা ৰাজ্যসমূহত ইংৰাজী বা যিকোনো আধুনিক ভাষা এটাক আৰু অন্যভাষী ৰাজ্যত হিন্দী বা ইংৰাজী
Third Language- তৃতীয় ভাষা: ইংৰাজী বা যিকোনো এটা আধুনিক ভাৰতীয় ভাষা হিন্দী ভাষা কোৱা ৰাজ্যসমূহে দ্বিতীয় ভাষা হিচাবে আৰু অন্য ভাষী ৰাজ্যসমূহে ইংৰাজী বা যিকোনো আধুনিক ভাৰতীয় ভাষা যিটো দ্বিতীয় স্তৰৰ ভাষা হিচাবে গ্ৰহণ কৰা নহয় তেনে ভাষা এটা পঢ়িব লাগিব।

Difference between First Language and Second Language-
  • A first language is the mother tongue or the native language of a person while a second language is a language a person learns in order to communicate with the native speaker of that language.
According to NCF 2005English is a global language.
২০০৫ চনত গ্ৰহণ কৰা National curriculum framework ৰ মতে ইংৰাজীক গ্লবেল ভাষা হিচাবে গ্ৰহণ কৰা হয়৷
Officially English has a status of - assistant language.

Suggested video:-

Comments

Post a Comment

If you have any doubt, please let me know.

Popular posts from this blog

Language Skills | ভাষা শিকনৰ কৌশলসমূহ পঠন (Reading)

Language Skills ভাষা শিকনৰ কৌশলসমূহ  পঠন (Reading) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। • When we learn a language, there are four skills that we need for complete communication. • When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. • These are called the four "language skills": 1. Listening   2. Speaking   3. Reading   4. Writing ভাষা শিকনৰ কৌশল - পঠন (Reading) • ভাষা কৌশলসমূহৰ ভিতৰত পঠন হ'ল এক জটিল প্ৰক্ৰিয়া। • পঠনত চকু, কাণ আৰু মুখ বা জিভা এই তিনিটা জ্ঞানেন্দ্ৰিয়ৰ গুৰুত্ব স...

Language Skills ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন)

Language Skills  ভাষা শিকনৰ কৌশলসমূহ (শ্ৰবণ, কথন, পঠন আৰু লিখন) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. ভাষা এটা ভালদৰে শিকিবলৈ হ ’ লে শ্ৰবণ , কথন , পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে। When we learn a language, there are four skills that we need for complete communication. When we learn our native language, we usually learn to listen first, then to speak, then to read, and finally to write. These are called the four "language skills":                     1. Listening          2. Speaking          3. Reading  ...

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching)

ভাষা শিক্ষাৰ পদ্ধতিসমূহ (Methods of Language Teaching) Click on the Image to watch the video on YouTube. Thank You. Keep Supporting. .. 1. ব্যাকৰণ , অনুবাদ পদ্ধতি ( Grammar translation method ) শিক্ষাৰ এইটো আটাইতকৈ পুৰণি পদ্ধতি যিটো আজিও প্রচলিত। এই পদ্ধতিৰ দ্বাৰা ভাষা শিকোৱাৰ মূল উদ্দেশ্য হৈছে সেই ভাষা সাহিত্য পঢ়া বা লিখাৰ যোগ্যতা বঢ়োৱা। এই ক্ষেত্ৰত ছাত্র ছাত্ৰীসকলে শিকিবলগীয়া ভাষাটোৰ নিয়ম নীতিসমূহ মনত ৰাখি এটা ভাষাৰ পৰা আনটো ভাষালৈ শিক্ষকৰ সহায়ত অনুবাদ কৰে। ইয়াত ভাষাটো শুনা বা কোৱা যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয় । 2. প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি ( Direct method ) ব্যাকৰণ , অনুবাদ পদ্ধতিৰ পাছতে আটাইতকৈ গুৰুত্ব দিয়া পদ্ধতি টো হ ’ ল- প্ৰত্যক্ষ পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি । শুনা আৰু কোৱা এইবোৰ হ ’ ল পোনপটীয়া পদ্ধতি আৰু ভাষাৰ শ্রৱণ পদ্ধতি। এই পদ্ধতি ত শুনা বা কোৱা কৌশল ৰ উপৰিও ভাষাটোৰ বৰ্ণমালাৰ ধ্বনি , কৈ বুজাৰ ওপৰতো  গুৰত্ব দিয়া হয় কিয়নো অতি কম ভাষাৰহে বৰ্ণমালাৰ ধ্বনি লিখিত ৰূপত আছে । এই পদ্ধতিত , Dialogue শ্ৰৱণৰ দ্বা...